+

Sanjay Raut admitted in Lilavati hospital 

১১ নৱেম্বৰ, গুৱাহাটী : অসুস্থ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱট। আজি দুপৰীয়াৰ ভাগত বুকুৰ বিষৰ বাবে অসুস্থ হোৱাৰ বাবে  মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰায়। 

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতক লৈ বিগত কিছুদিন ধৰি সৰৱ হৈ আছিল সঞ্জয় ৰাৱট। তাৰ পাছতে পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰে চিকিৎসালয়ত।

facebook twitter