+

Nobel Prize for Literature 2018-2019

১০ অক্টোবৰ, গুৱাহাটী : ২০১৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা। আজি স্বদেশী একাডেমীয়ে ২০১৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী দুগৰাকীৰ নাম ঘোষণা কৰে। 

পোলেণ্ডৰ লেখক অ’লগা টকাৰ্কজুকলৈ ২০১৮ বৰ্ষৰ সাহিত্যৰ নোবেল আৰু অষ্ট্ৰিয়াৰ পিটাৰ হেণ্ডকলৈ  ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল আগবঢ়োৱা হৈছে ।

facebook twitter