+

World Boxig Championship Manju Rani makes it to the final 

১২ অক্টোবৰ, গুৱাহাটী : ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি অভিলেখ ৰচলা কৰিলে ভাৰতীয় মহিলা বক্সাৰ মঞ্জু ৰাণীয়ে। ৰাছিয়াত চলি থকা ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ৪৫-৪৮ কেজি শাখাত মঞ্জুৰাণীয়ে  ৪-১ ব্যৱধানত থাইলেণ্ডৰ ছুকমত ৰকছতক পৰাস্ত কৰে।

মঞ্জু ৰাণীৰ এই সফলতাত আশাবাদী দেশবাসী।

facebook twitter