+

Covid -19: 4,067 infected and 109 death

৬ এপ্ৰিল, গুৱাহাটীঃ ভাৰতত ক্ষিপ্ৰগতিত বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ক্ৰমাৎ ভাৰতত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ৪,০৬৭ গৰাকীলৈ বৃদ্ধি হৈছে আৰু মৃতকৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি হৈছে। 

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সদৰি কৰে এই তথ্য। 

এই পৰ্যন্ত  সমগ্ৰ বিশ্বত ১২ লক্ষাধিক লোক ক'ৰোনাত আক্ৰান্ত হৈছে আৰু ৬৯,৪৮৮ গৰাকী লোকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে।

facebook twitter