+

 Child deadbody recover in Silchar

২২ অক্টোবৰ, গুৱাহাটী : মানৱীয়তাৰ চৰম পৰিহাস ! আজি ৰাতিপুৱা শিলচৰৰ ৰে’লৱে ষ্টেচনৰ ৩ নং প্লেটফৰ্মত এটা প্লাষ্টিকৰ বেগত ভৰাই থোৱা অৱস্থাত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। 

কৰ্তব্যৰত আৰ পি এফ জোৱানে মৃতদেহটো উদ্ধাৰ কৰে। নিশা কোনো মাতৃ-পিতৃয়ে সন্তানটো পেলাই থোৱাৰ সন্দেহ কৰে ৰে’লৱে আৰক্ষীয়ে।

facebook twitter