Wood smuggling in Tezpur

10:28 AM Sep 16, 2019 | G Plus News

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : তেজপুৰ চহৰৰ মাজ মজিয়াত বন বিভাগৰ চকুত ধূলি ছটিয়াই একাংশ দুষ্ট চক্ৰই চলাই আহিছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা। তেজপুৰ চহৰৰ মহাভৈৰৱত বন বিভাগৰ চকুৰে আগতে একাংশ লোকে সৰবৰাহ কৰি আহিছে মূল্যবান গমাৰি কাঠ ৷ 

{{4CSF_UaoTFkjY5BY3FzZ}}

আজি জিলাখনৰ এটা সাংবাদিকৰ দলৰ তৎপৰতাত চোৰাং কাঠ সমূহ উদ্ধাৰ কৰি বন বিভাকক চমজাই দিয়া হয়। বন বিভাগৰ অজ্ঞাতে এই এইদৰে বহুতো মূল্যবান কাঠৰ বেহা চলাই আহিছে এই দুষ্ট চক্ৰসমূহে।