+

Wing commander Abhinandan Varthaman ready to fly MiG 21 after 6 month

২২ আগষ্ট, গুৱাহাটী : পুনৰ ৬ মাহৰ অন্তত মিগ-২১ উৰুৱাবলৈ সাজু অভিনন্দন ৱৰ্থমান। বায়ু সেনাৰ এজন উচ্চপদস্থ বিষয়াই জনোৱা মতে ৰাজস্থানৰ বায়ুসেনাৰ চাউনীত যুজাঁৰু বিমান উৰুওৱাত ব্যস্ত উইং কামাণ্ডাৰ অভিনন্দন।

{{4CSF_UaoTFkjY5BY3FzZ}}

চলিত বৰ্ষৰ ১ মাৰ্চত পাকিস্তানে অভিনন্দনক মুকলি কৰি দিয়াৰ পাছতে উইং কামাণ্ডাৰগৰাকী দীৰ্ঘসময় ধৰি চিকিৎসাধীন হৈ আছিল। পাকিস্তানৰ পৰা মুকলি হৈয়েই অভিনন্দনে সেনাই বিচাৰিলে পুনৰ দেশসেৱাৰ বাবে সাজু বুলি মন্তব্য প্ৰকাশ কৰিছিল। শেহতীয়াকৈ দেশৰ ৭৩তম স্বাধীনতা দিৱসত উইংগ কামাণ্ডাৰ গৰাকীক “বীৰ চক্ৰ” সন্মানেৰে সন্মানিত কৰা হৈছিল।

facebook twitter