The rotten potato should be removed-  Rupjyoti Kurmi  

07:54 AM Nov 07, 2019 | G Plus News

৭ নৱেম্বৰ, গুৱাহাটী : কোন কংগ্ৰেছৰ গেলা আলু ? মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমক কয় -“কংগ্ৰেছৰ গেলা আলু কোন সকলোৱে গম পালে, মই নাম উল্লেখ কৰিবলৈ দৰকাৰ নাই।  

নামটো উল্লেখ কৰি মোৰ পাপৰ ভাগীদাৰ হ’বলৈ মন নাই। এই গেলা আলুটো আতঁৰি গ’লে আমাৰ মোটা মোটি ভাল হৈ যাব।
এই গেলা আলুটো আঁতৰাব লাগিব।”     

লগতে বিধায়কজনে অনিল ৰাজা, ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেবব্ৰত শইকীয়াকে ধৰি তেওঁৰ লগতো সেই বিশেষ ব্যক্তিগৰাকীয়ে কাজিয়া কৰাৰ কথাও উল্লেখ কৰে।