+

Pulsar 150 stolen from Gnadhibasti

২৩ জানুৱাৰী, গুৱাহাটী : গুৱাহাটীৰ গান্ধিবস্তিত দিন দুপৰতে বাইক চুৰিৰ ঘটনা। প্ৰাপ্ত তথ্যমতে গান্ধীবস্তিৰ মছজিদ গলীৰ এটা ভাড়াঘৰৰ মুখত থৈ দিয়া পালছাৰ ১৫০ বাইক এখন লৈ উধাও চোৰ।  

বাইকখনৰ গৰাকী ইণ্টাজুৰ ৰহমান বাইক চুৰিৰ সন্দৰ্ভত চানমাৰী থানাত গোচৰ ৰুজু কৰিছে। এই সমগ্ৰ বাইক চুৰিৰ দৃশ্য চিচটিভি কেমেৰাত বন্দী হৈছে।

চিচিটিভিৰ দৃশ্য অনুসৰি পালছাৰ 220 বাইকত আহিছিল দুই চোৰ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 

facebook twitter