+

Orientation programme organise in Koliabor  

২৪ ফেব্ৰুৱাৰী, গুৱাহাটী : কলিয়াবৰত নতুনকৈ প্ৰণয়ন হোৱা 'কটা' আইন সজাগতা আৰু প্ৰয়োগ সম্পৰ্কীয় কৰ্মশালাৰ আয়োজন। নগাওঁ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত সোমবাৰে এই অৰিয়েন্টেশ্যন অনুষ্ঠানটো অনুষ্ঠিত হয়। 

কলিয়াবৰ মহকুমাৰ কেবাখনো আৰক্ষী নিৱেশৰ আৰক্ষী,আৰক্ষী বিষয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

facebook twitter