+

Impossible to ensure vegetarian, non-vegetarian preferences: Zomato tells protesting delivery executives

১২ আগষ্ট, গুৱাহাটী :ধৰ্মৰ ভিত্তিত খাদ্য পৰিৱেশনক লৈ অস্বীকাৰ কৰে জ’মাটো এপৰ কৰ্মচাৰীয়ে। কেবাজনো খাদ্য যোগান ধৰোঁতাই ঈদৰ বাবে আজি গাহৰিৰ মাংস আৰু গো মাংসৰ খাদ্য যোগানৰ বাবে অস্বীকাৰ কৰিছে। 

খাদ্য যোগান ধৰা লোকসকলে কোম্পানীটোৱে যোগান ধৰিবলৈ দিয়া খাদ্যই তেওঁলোকৰ ধৰ্মীয় ভাৱাবেগত আঘাত হনাৰ কথা অভিযোগ কৰে।কৰ্মচাৰীসকলৰ নীতি-নিৰ্দেশনাৰ বাহিৰত খাদ্যৰ যোগান নধৰিবলৈ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। 

আজি কিছুদিনৰ পূৰ্বে উক্ত এপটোৱে কেবাখনো মুছলিম ৰেস্তোৰা সংযোজিত কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। বহুতো হিন্দু খাদ্য যোগানকাৰী কৰ্মচাৰীয়ে গোমাংসৰ যোগান ধৰিবলৈ মান্তি হোৱা নাছিল। আনহাতে পশ্চিমবংগৰ হাওৰাৰ টি এম চি ৰ বিধায়ক তথা মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে এই বিষয় সন্দৰ্ভত প্ৰয়োজনীয় তদন্তৰ আশ্বাস দিয়ে।          

facebook twitter