+

HS results to be announced before 25th June

৪ মে’, গুৱাহাটী - চলিত বৰ্ষৰ অহা ২৫ জুনৰ আগতে ফলাফল ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ।  কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা হ’ব ২৫ জুনৰ পূৰ্বে। ইতিমধ্যে পৰীক্ষাৰ উত্তৰ বহী পৰীক্ষণ প্ৰায় সম্পন্ন হোৱা বুলি জনাইছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতীয়ে৷
{{z2ybx51CLw9jgyRH6Sjc}}

সচিব শ্ৰী কাকতীয়ে জানিবলৈ দিয়ে যে ইতিমধ্যে ৯০ শতাংশ বহীৰ পৰীক্ষণ সম্পন্ন হৈ গৈছে৷ ইয়াৰ ভিতৰত ৬টা মণ্ডলৰ উত্তৰ বহী সংসদলৈ প্রেৰণ কৰা হৈছে৷ ১৪টা মণ্ডলত উত্তৰ বহী পৰীক্ষা সম্পূর্ণ হৈছে আৰু ২৮টা মণ্ডলত ৯৫ শতাংশ বহীৰ পৰীক্ষা সম্পূর্ণ হৈছে।

facebook twitter