+

Firing between ULFA and Army at Jagun

১ ফেব্ৰুৱাৰী, গুৱাহাটী : অসম অৰুণাচল সীমান্তত গুলিয়া- গুলী। আজি জাগুনৰ মুংকাম বস্তিৰ সমীপত ভাৰতীয় সেনাৰ ৯ নং ৰাজ ৰাইফলছ'ৰ আৰু আলফা স্বাধীনৰ সদস্যৰ মাজত প্ৰচণ্ড গুলিয়া গুলীৰ ঘটনা সংঘটিত হয়। 

জানিবপৰা মতে বৰ্তমানৰ লৈকে কোনো পক্ষৰ হতাহতিৰ খবৰ পোৱা নাই । সেনাৰ ৯ নং ৰাজ ৰাইফলছ'ৰ নিয়মীয়া তহলদৰী দলৰ লগত আলফা স্বাধীনৰ দলৰ মুখা মুখি হোৱাৰ ফলতে সংঘৰ্ষৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে। 

facebook twitter