+

Dr. Malini Goswami appoints as a new vice chancellor in Jorhat Women University

১২ ছেপ্তেম্বৰ, গুৱাহাটী : যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য নিযুক্তি। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপীকা  ড: মালিনী গোস্বামীক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। 

{{4CSF_UaoTFkjY5BY3FzZ}}

৫ বছৰৰ বাবে উপাচাৰ্য ৰূপে নিযুক্তি দিয়া হৈছে ড০ মালিনী গোস্বামীক।  বিগত বৰ্ষত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য নিযুক্তিৰ কাৰণে ছাত্ৰীসকলে ব্যাপক ৰূপত আন্দোলন কৰিছিল। এই ঘোষণাত উৎফুল্লিত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকল। 

Tags :
facebook twitter