+

Bangladesh To Move 1 Lakh Rohingyas To Nearby Island  

৫ ছেপ্তেম্বৰ, গুৱাহাটী : বংগোপসাগৰৰ নিৰ্জন দ্বীপলৈ স্থানান্তৰ কৰিব ১ লাখ বোহিঙ্গীয়াক।ম্যানমাৰৰ গোষ্ঠীগত হিংসাৰ পৰা ৰক্ষা পাবলৈ বাংলাদেশলৈ ঢাপলি মোলিছিল প্ৰায় দহলাখ ৰোহিঙ্গীয়াই। বাংলাদেশ চৰকাৰে ইয়াৰে ১ লাখ শৰনাৰ্থীক বংগোপসাগৰৰ থেঙাৰ চৰলৈ বলপূৰ্বকভাৱে স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

{{4CSF_UaoTFkjY5BY3FzZ}}

প্ৰায় ২০ বছৰ পূৰ্বে গঢ়ি উঠা এই দ্বীপটো বিশেষজ্ঞসকলে ধুমুহা আৰু বানপানীৰ বাবে অতিকৈ বিপজ্জনক বুলি অভিহিত কৰিছিল। ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংগঠনসমূহেও এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও অচিৰেই এই নিৰ্জন দ্বীপটোত  শৰনাৰ্থীসকলৰ বাবে ১,৪৪০টা ঘৰ সংস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলোদেশ চৰকাৰে। 

facebook twitter