+

Assam tops in Cyber crime

২২ অক্টোবৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত ফাদিল ভয়ানক তথ্য। ৰাজ্যত সুৰক্ষিত নহয় মহিলা। চাইবাৰ ক্ৰাইম, নাৰীজনিত অপৰাধ আৰু গেং ৰেপদৰে অপৰাধজনিত দিশত দেশৰ শীৰ্ষত অসম। উত্তৰ প্ৰদেশৰ সমান্তৰালকৈ অসমো পৰিগণিত হৈছে অপৰাধজনিত ৰাজ্যলৈ।  
 
এন চি আৰ বি-২০১৭ৰ  প্ৰতিবেদন অনুসৰি 

মহিলাৰ কাৰণে সৰ্বাধিক অসুৰক্ষিত পাঁচখন ৰাজ্যঃ 

১. উত্তৰ প্ৰদেশঃ৫৬,০১১

২. মহাৰাষ্ট্ৰঃ৩১,৯৭৯

৩.পশ্চিম বংগঃ৩০,৯৯২

৪.মধ্য প্ৰদেশঃ২৯,৭৮৮

৫.ৰাজস্থানঃ২৫,৯৯৩

মহিলাৰ কাৰণে সৰ্বাধিক সুৰক্ষিত পাঁচখন ৰাজ্যঃ

১.লক্ষদ্বীপঃ৬

২.দাদৰ–নগৰ হাভেলীঃ২০

৩.দমন–ডিউঃ২৬

৪.নাগালেণ্ডঃ৭৯

৫.পুডুচেৰীঃ১৪৭

মহিলাৰ সৈতে অপকৰ্ম/গেং ৰেপ অথবা হত্যাৰ শীৰ্ষত থকা ৫খন ৰাজ্য

১.উত্তৰ প্ৰদেশঃ৬৪

২.অসমঃ২৭

৩.মহাৰাষ্ট্ৰঃ২৬

৪.মধ্য প্ৰদেশঃ২১

৫.ওড়িশাঃ০৯

 

স্বামী অথ‍বা স্বামী পৰিয়ালৰ দ্বাৰা মহিলাৰ সৈতে নিষ্ঠুৰতা

১.পশ্চিম বংগঃ১৬,৮০০

২.উত্তৰ প্ৰদেশঃ১২,৬৫৩

৩.ৰাজস্থানঃ১১,৫০৮

৪.অসমঃ৯৭৮২

৫.তেলেংগানাঃ৭৮৩৮

মহিলাৰ অপহৰণ 

১.উত্তৰ প্ৰদেশঃ১৪,৯৯৩

২.মহাৰাষ্ট্ৰঃ৬২৪৮

৩.বিহাৰঃ৬১৮২

৪.অসমঃ৫৫৫৪

৫.মধ্য প্ৰদেশঃ৫২০০

জোৰ জুলুমকৈ বিয়া কৰাবলৈ মহিলাৰ অপহৰণ বা উঠাই নিয়া কাৰ্য

১.উত্তৰ প্ৰদেশঃ১২,৩৮২

২.বিহাৰঃ৪৭৭৭

৩.অসমঃ৩১৩৮

৪.মধ্য প্ৰদেশঃ১৩৯২

৫.ৰাজস্থানঃ১৩৪১

মহিলাৰ মানৱ সৰবৰাহ

১.মহাৰাষ্ট্ৰঃ১২৭

২.অসমঃ১০৭

৩.তেলেংগানাঃ৭৭

৪.পশ্চিম বংগঃ৭১

৫.অন্ধ্ৰ প্ৰদেশ/মধ্য প্ৰদেশঃ৪২

মহিলাৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইম

১.অসমঃ১৬৯

২.পশ্চিম বংগঃ৬০

৩.তেলেংগানাঃ৩৯

৪.কৰ্ণাটকঃ৩৪

৫.মহাৰাষ্ট্ৰঃ৩১

 

facebook twitter