Assam's boxing team got 3rd position in India boxing tournament

11:51 AM Aug 29, 2019 | G Plus News

২৯ আগষ্ট, গুৱাহাটী : সৰ্বভাৰতীয় বক্সিং প্ৰতিযোগিতাত উজ্বলিল অসমৰ দল। যোৱা ১৯ আগষ্টৰ পৰা ২২ আগষ্টলৈকে পশ্চিমবংগৰ দুৰ্গাপুৰত অনুষ্ঠিত হেছিল সৰ্বভাৰতীয় বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত সাতটা পদক অৰ্জন কৰে অসমৰ পৰা অংশগ্ৰহণ কৰা বক্সিং দলটোৱে। 

{{4CSF_UaoTFkjY5BY3FzZ}}

এই প্ৰতিযোগিতাত চাৰিটা সোণ,তিনিটা ৰূপ আৰু দুটা বঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ দলটোৱে।  লগতে অসমৰ প্ৰতিযোগীসকলে সৰ্বভাৰতীয় বক্সিং প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।