+

Vinit Rai from Assam to play in FIFA World Cup qualifier

৫ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় ক্ৰীড়াজগতত অসম সন্তানৰ দপদপনি। আজি সৰুসজাই ষ্টেডিয়ামত সন্ধিয়া ৭,৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ প্ৰি কোৱালিফায়াৰ খেল। ভাৰত আৰু ওমানৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত ভাৰতৰ হৈ খেলিব অসমৰ বিনীত ৰাইয়ে।

{{4CSF_UaoTFkjY5BY3FzZ}}

ডিব্ৰুগড় জিলাৰ দুলীয়জানত ঘৰ অসম সন্তান বিনীত ৰাইৰ। খেলখনক লৈ ফুটবলপ্ৰেমী ৰাইজৰ মাজত অধিক উৎসাহ দেখিবলৈ পোৱা গৈছে। 

facebook twitter