ULFA cadre arrested in Tinisukia

06:06 AM Oct 09, 2019 | G Plus News

৯ অক্টোবৰ, গুৱাহাটী : পূজাৰ আনন্দ - উল্লাসৰ মাজতেই তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী চিকৰাজানত এজন আলফা কেডাৰ আটক কৰা হয়। তিনিচুকীয়া আৰক্ষী সহ ২১০ কোব্ৰা , ২৩ পাঞ্জাৱ ৰেজিমেন্ট আৰু ২১ পেৰা চিকিউৰিটি ফৰ্চে যুটীয়া অভিযান চলাই কেডাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত আলফা কেডাৰজনৰ নাম শব্দ অসম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ধৃত কেডাৰগৰাকীৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে। শব্দ অসম ওৰফে জংকী বৰাৰ ঘৰ ডিগবৈ থানাৰ অন্তৰ্গত মাজ মামৰণিত ।