School student  run away from home for Free Fire game

09:19 AM Oct 12, 2019 | G Plus News

১২ অক্টোবৰ, গুৱাহাটী : "ফ্ৰী ফায়াৰ" খেলিবলৈ নিদিয়াৰ বাবে মুম্বাইলৈ পলায়ন কিশোৰৰ। "ফ্ৰী ফায়াৰ" নামৰ অনলাইন গেম খেনিবলৈ নিদিয়াৰ বাবে ঘৰ এৰি মুম্বাইলৈ যাবলৈ ‘স্পাইচ জেট’ৰ টিকট কাটে বিশ্বনাথ চাৰিআলিৰ এজন কিশোৰে। শংকৰ দেৱ শিশু বিদ্যা নিকেতনৰ আধ্যয়নৰত কিশোৰজনৰ নাম ৰাজ শইকীয়া ৷ 

আজি গুৱাহাটী পশ্চিমৰ এ চি পি প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আজাৰা আৰক্ষী আৰু বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে অভিয়ান চলাই বৰঝাৰ বিমান বন্দৰত উদ্ধাৰ কৰে বিশ্বনাথৰ কিশোৰজনক। ১২.৩০ বজাত মুম্বাইলৈ উৰা মাৰিবলগীয়া স্পাইচ জেটত টিকট কাটিবলৈ আহিছিল ৰাজে।