red alert issued in seven districts

06:57 AM Oct 24, 2019 | G Plus News

২৪ অক্টোবৰ, গুৱাহাটী : কেৰেলাত বানে বিপৰ্যস্ত কৰাৰ সময়তে ৰাজ্যখনত বৰষুণৰ আশংকা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে। আজি বতৰ বিজ্ঞান প্ৰতিষ্ঠানে এক তথ্য অনুসৰি ৰাজ্যখনত বৰষুণৰ মাত্রা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰে।

আনহাতে সাগৰীয় অঞ্চলত বিপদ হ’ব পাৰে বুলিও চৰকাৰে সতৰ্ক কৰি দিছে। চট্টিশগড়,ঝাৰখণ্ড,ওড়িশা,অৰুণাচল প্ৰদেশ,অসম,নাগালেণ্ড,মহাৰাষ্ট্ৰটো প্ৰবল বতাহ বৰষুণৰ আগজাননী দিয়ে। ৰাজ্যৰ ৭খন জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে।