+

Man raped 5 years old girl in Dalgaon

৫ আগষ্ট, গুৱাহাটী: দলগাঁৱৰ ১নং শিয়ালমাৰীত এটা লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী ৫ বছৰীয়া কিশোৰী। লম্পট যুৱকটোৰ নাম  লালচান বুলি চিনাক্ত কৰা হৈছে। মোবাইলত  শিশুটিক অশ্লীল ভিডিঅ দেখুৱাই ধৰ্ষণৰ অভিযোগ।

শিশুটি  অঙ্গনৱাড়ী কেন্দ্রীলৈ  যোৱাৰ বাবে সাজু হৈ থকাৰ  সয়মতে লম্পট যুৱক জনে মোবাইলত অশ্লীল  চিনেমা দেখুৱাই শিশুটিক  ধৰ্ষণ কৰে। এই জঘন্য ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পিতৃয়ে দলগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

facebook twitter