+

Former Assam BJP cheis passes away

২৮ ডিচেম্বৰ, গুৱাহাটী : অসমৰ প্ৰথমগৰাকী বিজেপি সাংসদ ইন্দ্ৰমণি বৰাৰ দেহাৱসান। পুৱতি নিশা প্ৰায় ২ বজাত বাধৰ্ক্যজনিত কাৰণত নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ৮২ বছৰ বয়সত প্ৰাক্তন সাংসদ গৰাকীৰ বিয়োগ ঘটে।

আজি নৱগ্ৰহ শ্মাশানক শেষকৃৰ্ত সম্পন্ন কৰাহ’ব নেতাগৰাকীৰ। ২০০১ চনত ৰাজ্য সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত নেতাগৰাকী। 

নেতাগৰাকীৰ বিয়োগত দলৰ লোকে গভীৰ শোক প্ৰকাশ কৰে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই শোকবাৰ্তা প্ৰেৰণ কৰে। দলটোৰ এজন সক্ৰিয় নেতা আছিল বৰা।  

facebook twitter