+

First blind IAS officer takes charge as sub-collector

১৫ অক্টোবৰ, গুৱাহাটী : তিৰুৱনন্তপুৰমত দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন আই এ এছ বিষয়া প্ৰাঞ্জল পাটিলে অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কেৰেলাৰ কেডাৰৰ নিৱাসী প্ৰাঞ্জল পাটিলে প্ৰথমবাৰতে ই পি এছ চিত ৭৭৩ নম্বৰসহ উত্তীৰ্ণ হয়। 

বিষয়াগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰি কয় -“আমি কেতিয়াও সাহস হেৰুৱাব নালাগ আৰু পৰাজয়বৰণ কৰা উচিত নহয়।” ব্ৰেইল লিপিৰে শিক্ষাগ্ৰহণ কৰে প্ৰাঞ্জলে। 

facebook twitter