+

drugs seized from Himmatsingkar's house

১০ ছেপ্তেম্বৰ, গুৱাহাটী :পুনৰ বিতৰ্কত ৰাজেশ হিম্মৎসিংকাৰ। হিম্মৎসিংকাৰৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত বৃহৎ পৰিমাণৰ ড্ৰাগছ  উদ্ধাৰ কৰা হৈছে। আৰক্ষী আৰু চি আই ডিৰ অভিযানত  হিম্মৎস্মকাৰৰ বাসগৃহৰ ছোফাৰ তলৰ পৰা ৩৮টা কৈ  হেৰ’ইনৰ কণ্টেইনাৰ উদ্ধাৰ কৰে।

{{4CSF_UaoTFkjY5BY3FzZ}}


হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিকো চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। আজি দিনৰ ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল দুয়োকে।

facebook twitter