+

5 years extended notice against banned terrorist organisation NDFB  

২৫ নৱেম্বৰ, গুৱাহাটী: ৰাজ্যৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন  এন ডি এফ বিৰ নিষিদ্ধকৰণৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি। স্বাধীন বড়োলেণ্ডৰ দাবীৰে ১৯৮৬ চনৰ পৰা সশস্ত্ৰ বিদ্ৰোহ কৰি আহিছে নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰ’ণ্ট অথবা এন ডি এফ বিয়ে।  ৰাজ্যত বিভিন্ন হত্যা–হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে বিদ্ৰোহী সংগঠনটোৰ নিষিদ্ধকৰণৰ ম্যাদ  ৫ বছৰলৈ বৃদ্ধিৰ কৰে।

উক্ত জাননীখনৰ অনুসৰি হিংসাত্মক কাৰ্য্যকলাপ সংঘটিত কৰাৰ লগতে ভাৰত বিৰোধী শক্তিৰ সৈতে মিতিৰালি কৰাৰ বাবে সংগঠনটোৰ ওপৰত নিষিদ্ধতা বাহাল ৰখা হৈছে।

facebook twitter