+

 3 Assamese artist invited to Bridge of Friendship-A Painting Exhibition & Roundtable in Cairo Egypt

১৫ অক্টোবৰ, গুৱাহাটী : ইজিপ্তৰ আন্তৰ্জাতিক চিত্ৰ কৰ্মশালাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত অসমৰ বিশিষ্ট তিনি চিত্ৰশিল্পী। ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ’বলগীয়া চিত্ৰ কৰ্মাশালালৈ অমন্ত্ৰন লাভ কৰিছে পৰেশ ভূঞা, মনোজ ৰয় আৰু মিণ্টু ডেকাই। 

ইণ্ডিয়ান এম্বেচী ইণ্ডিয়ান কালচাৰেল ছ’চাইটিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালা ‘ফ্ৰেণ্ডশ্বিপ ব্ৰীজ, চিত্ৰ কৰ্মশালা কাইৰো ইজিপ্ত’ শীৰ্ষক কৰ্মাশালাত বিশ্বৰ প্ৰায় কুৰিখন দেশৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিব।    

facebook twitter