+

NDFB swahid divas observed in Udalguri

 ১৪ ছেপ্তেম্বৰ, গুৱাহাটী : এনডিএফবি(প্ৰ)ৰ ৩১সংখ্যক শ্বহীদ দিৱস। শনিবাৰে ওদালগুৰি জিলাৰ সাপখাইটিত থকা এনচিএফবি(প্ৰ)ৰ ডেজিগনেটেড শিবিৰত  ৰাতিপুৱা সাত বজাত এনডিএফবি(প্ৰ) ৰ শ্বহীদ দিৱস পালন কৰা হয়। শতাধিক কেডাৰৰ উপস্থিতিত  গোবিন্দ বসুমতাৰীৰ গোটটোৱে এই শ্বহীদ দিৱস অনুষ্ঠিত কৰে।  

{{4CSF_UaoTFkjY5BY3FzZ}}


অৱশ্যে বিগত বছৰৰ তুলনাত এইবাৰৰ অনুষ্ঠানত  কেডাৰৰ উপস্থিতি সেৰেঙা হোৱাৰ পৰিলক্ষিত হয়। সংগঠনটোৰ ভিতৰভাগত কিছুদিন ধৰি খাম খেয়ালি চলি থকাৰ সন্দৰ্ভত গোবিন্দ বসুমতাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে  ধীৰেন বড়ো‌ স্বাৰ্থপৰ আৰু ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবে ৰাজনৈতিক চক্ৰত ভৰি দিয়াটো দুৰ্ভাগ্য জনক।  সম্প্ৰতি সংগঠনটোৰ তিনিটা গোটৰ পৰা পুনৰ এনডিএফবিৰ মাজত চাৰিটা ফৈদত ভাগ হয়।
 

facebook twitter