+

Guwahati High Court stayed Results of Irrigation Section Assistants

গুৱাহাটী - জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

একাংশ প্ৰাৰ্থীৰ ৰাজহুৱা স্ৱাৰ্থজনিত গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ এই ৰায়দান। ন্যায়ালয়ৰ অনুমতি অবিহনে ফলাফল ঘোষণা কৰিব নোৱাৰিব।

উল্লেখ্য যে এটা ব্লেক লিষ্টেট কোম্পানীয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ একাংশ প্ৰাৰ্থীৰ। পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীটো ব্লেক লিষ্টেট কৰিছিল এলাহবাদ হাইক’ৰ্টে।

facebook twitter